LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত খচৰাৰ তালিকা প্ৰকাশ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত খচৰাৰ তালিকা প্ৰকাশ
সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত খচৰাৰ তালিকা প্ৰকাশ।
খচৰাত থকা ১৯ টা বিধানসভা আৰু এটা লোকসভা সমষ্টিৰ নাম সলনি ৷

সেইমৰ্মে সমষ্টি কেইটাৰ সংশোধিত নাম হব--

* মানকাচাৰ সমষ্টিৰ নাম হ'ল বিৰছিং জাউৰা

* দক্ষিণ শালমৰাৰ নাম হ'ল মানকাচাৰ

* মাণিকপুৰ সমষ্টিৰ নাম হ'ল সৃজনগ্রাম

* ভৱানীপুৰ সমষ্টিৰ নাম হ'ল ভৱানীপুৰ সৰভোগ 

* ৰূপসী সমষ্টিৰ নাম হ'ল পাকা বেতবাৰী

* বকো সমষ্টিৰ নাম হ'ল বকো ছয়গাঁও

* হাজো সমষ্টিৰ নাম হ'ল হাজো শুৱালকুছি

* গোৱৰ্ধনা সমষ্টিৰ নতুন নাম হ'ল মানাহ

* বটদ্ৰৱা সমষ্টিৰ নাম হ'ল ধিং

* নগাঁও সমষ্টিৰ নাম হ'ল নগাঁও বটদ্ৰৱা

* চতিয়া সমষ্টিৰ নাম হ'ল নদুৱাৰ

* চাবুৱা সমষ্টিৰ নাম হ'ল চাবুৱা লাহোৱাল

* মৰাণ সমষ্টিৰ নাম হ'ল খোৱাং

* আলগাপুৰ সমষ্টিৰ নাম হ'ল আলগাপুৰ কাটলিছেৰা

* বদৰপুৰ সমষ্টিৰ নাম হ'ল কৰিমগঞ্জ নর্থ

* নর্থ কৰিমগঞ্জ সমষ্টিৰ নাম হ'ল কৰিমগঞ্জ ছাউথ

* ছাউথ কৰিমগঞ্জৰ নাম হ'ল পাথারকান্দি

* ৰাতাবাৰীৰ নাম হ'ল ৰামকৃষ্ণ নগৰ

*** দৰং লোকসভা সমষ্টিৰ নাম দৰং ওদালগুৰি ৰূপে নামকৰণ ৷

Comments