LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

নামনী অসমৰ বৰপেটা জিলাত চি পি আই এম ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত মহা বিক্ষোভ আন্দোলন পালন: মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ।

নামনী অসমৰ বৰপেটা জিলাত চি পি আই এম ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত মহা বিক্ষোভ আন্দোলন পালন: মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ।

সমগ্ৰ দেশ তথা ৰাজ্য সমূহৰ লগতে অসমত চৰকাৰী ভাবে বিভিন্ন কাৰ্য্যালয় দল সংগঠনৰ মাজত স্বাধীনতাৰ ভাৰত ত্যাগ আন্দোলনকলৈ কেতবোৰ বিভিন্ন কাৰ্যসূচী চলি থকাৰ মাজত নামনী অসমৰ বৰপেটা জিলাৰ পৌৰসভা খেলপথাৰত সৰভোগ সমষ্টিৰ চি পি আই এম বিধায়ক মনোৰঞ্জন তালুকদাৰ ৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত পালিত হয় মহা বিক্ষোভ আন্দোলন । আৰু প্ৰায় সহস্ৰাধিক দলীয় নেতা কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত মহা বিক্ষোভ আন্দোলনৰ মুলতঃ জিলা উপায়ুক্ত কাৰ্য্যালয়লৈ সমদল কৰি আহি ধৰ্ণা দিয়ে।এইদৰে বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দিয়াৰ পিছত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি বাতৰিটোত প্ৰকাশ।

Comments