LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বৰপেটা ৰোডত আমৰনাথ এক্সপ্ৰেছৰ চলন্ত ৰেলত মৃতদেহ উদ্ধাৰ

বৰপেটা ৰোডত আমৰনাথ এক্সপ্ৰেছৰ চলন্ত ৰেলত মৃতদেহ উদ্ধাৰ
বৰপেটাৰোডত চলন্ত ৰেলত মৃতদেহ উদ্ধাৰ

গুৱাহাটীৰ পৰা জম্মু অভিমুখী আমৰনাথ এক্সপ্ৰেছত আজি সন্ধিয়া এটি মৃতদেহ উদ্ধাৰ হয়। 

পিছত বৰপেটাৰোড ৰেলৱে ষ্টেচনত মৃতদেহটো ৰেলৰ পৰা নমোৱা হয়।

মৃত ব্যক্তিগৰাকী বিহাৰ মুজাফাৰপুৰৰ শিৱান গাওঁৰ ৱাকিল আহমেদ (৪৮) বুলি জানিব পৰা গৈছে। 

উদ্ধাৰ হোৱা মৃত ব্যক্তিজন গুৱাহাটীত CLASSIC CONTRACTOR হিচাপে কৰ্মৰত আছিল। 

কি কাৰণত ব্যক্তিগৰাকীৰ মৃত্যু হল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। 

তেখেতে অমৰনাথ এক্সপ্ৰেছত গুৱাহাটীৰ পৰা মোটিপূৰলৈ গৈ থকা অৱস্থাতে মৃত্যু হয়। 

প্ৰত্যক্ষদর্শীয়ে ৰেল আৰক্ষীক খৱৰ দিয়াত বৰপেটাৰোড জি আৰ পিয়ে বৰপেটাৰোড ৰেলৱে ষ্টেচন উদ্ধাৰ কৰে মৃতদেহটো।

সম্প্ৰতি বৰপেটাৰোড ষ্টেচনৰ মৰ্গত ৰখা হৈছে মৃতদেহটো।

Comments