উল্লেখ্য যে, বিগত কিছুদিন ধৰি তেখেতে জটিল ৰোগত আক্ৰান্ত হৈ আছিল ৷
বিগত ২০১১ চনৰ বিধানসভা নিৰ্বাচনত AIUDF দলৰ পৰা বৰপেটাৰ বিধায়ক নিৰ্বাচিত হৈছিল আৰু পিচলৈ কংগ্ৰেছত যোগদান কৰি বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰিছিল ৷ কিন্তু কেইমাহমান পূর্বে তেওঁ পুনৰ AIUDF দললৈ উভতি গৈছিল ৷
অহা কালি তেখেতৰ জানাজা সম্পন্ন কৰা হব বুলি পৰিয়ালৰ লোকে জানিব দিয়ে ৷
Comments
Post a Comment