এই দলটোত নাছাৰ মহাকাশচাৰী ৰিড ৱাইজমেন, ভিক্টৰ গ্লভাৰ, আৰু ক্ৰীষ্টিনা কোচ, আৰু কানাডাৰ মহাকাশ সংস্থাৰ মহাকাশচাৰী জেৰেমি হেনচেন আছে। এই চাৰিজন মহাকাশচাৰীয়ে চন্দ্ৰৰ চাৰিওফালে ঘুৰি পুনৰ পৃথিৱীলৈ উভতি আহিব । ২০২৪ চনত আৰম্ভ হ’বলগীয়া প্ৰথমটো ক্ৰুযুক্ত আৰ্টেমিছ অভিযানত অংশগ্ৰহণ কৰিব চাৰি মহাকাশচাৰীয়ে।
নাছাৰ আৰ্টেমিছ-২ অভিযানৰ চাৰি মহাকাশচাৰীৰ নাম ঘোষণা ।
নাছাই ঘোষণা কৰিছে আৰ্টেমিছ-II অভিযানৰ বাবে ক্ৰু মেম্বাৰৰ নাম।
Comments
Post a Comment