LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

অসমবাসীৰ বাবে গৌৰৱৰ‌ মূহুৰ্ত। অসমৰ গামোচাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI টেগ প্ৰমান পত্ৰ

অসমবাসীৰ বাবে গৌৰৱৰ‌ মূহুৰ্ত। অসমৰ গামোচাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI টেগ প্ৰমান পত্ৰ

ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে সুখৰ খবৰ। অসমৰ গামোচাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI টেগৰ প্ৰমান পত্ৰ। সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰীক অৰ্পণ কৰা হয় প্ৰমাণপত্ৰ। প্ৰমাণ পত্ৰ প্ৰদান কৰিলে ডঃ উন্নত পণ্ডিতে।

Comments