LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

বজালীৰ ভৱানীপুৰৰ গলিয়াত পত্নীৰ চোকা অস্ত্ৰৰ ঘাপত নিহত স্বামী

বজালীৰ ভৱানীপুৰৰ গলিয়াত পত্নীৰ চোকা অস্ত্ৰৰ ঘাপত নিহত স্বামী
বজালীৰ ভৱানীপুৰ গলিয়াত ভয়ানক ঘটনা সংঘটিত হৈছে। পত্নীৰ চোকা অস্ত্ৰৰ ঘাপত নিহত স্বামী। পত্নী জুতিকাই হত্যা কৰিলে স্বামী নিৰঞ্জন বৰাক। গাড়ীৰ হেণ্ডিমেন ৰূপে কৰ্মৰত আছিল নিৰঞ্জন বৰাই। দীর্ঘদিনৰ ধৰি পত্নী আৰু দুই কন্যাক অত্যাচাৰ কৰাৰ অভিযোগ পত্নীৰ। বুধবাৰে নিশাও পত্নীৰ ওপৰত চলাইছিল শাৰীৰিক নিৰ্যাতন। তাৰ পাছতে পত্নীয়ে শোৱাপাটীতে ঘপিয়ায় হত্যা কৰে স্বামী নিৰঞ্জন বৰাক। পুৱা ভৱানীপুৰ আৰক্ষী চকীত আত্মসমর্পণ পত্নী জুতিকাৰ।

Comments