LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

গোলকগঞ্জৰ মটেৰঝাৰত আৰু ধুবুৰী বন‌বিভাগৰ যৌথ অভিযানত জব্দ দুখনকৈ মাটি কঢ়িওৱা ডাম্পাৰ

গোলকগঞ্জৰ মটেৰঝাৰত আৰু ধুবুৰী বন‌বিভাগৰ যৌথ অভিযানত জব্দ দুখনকৈ মাটি কঢ়িওৱা ডাম্পাৰ
বন বিভাগৰ অভিযানত গোলকগঞ্জৰ মটেৰঝাৰত  দুখনকৈ অতিৰিক্ত ভাৱে মাটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰে।

মটেৰঝাৰৰ ধুবুৰী কচুগাওঁ গড়কাপ্তানী পথত ধুবুৰী বন বিভাগে অভিযান চলাই  দুখনকৈ অতিৰিক্ত ভাৱে মাটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰে । 

ধুবুৰীৰ ডি এফ ও দীপক ডেকাৰ নেতৃত্বত অভিযান চলাই ডাম্পাৰ দুখন জব্দ কৰে । ডাম্পাৰ দুখনৰ চালানত বিসংগতি থকাৰ সন্দেহত ডাম্পাৰ দুখন জব্দ কৰে। জব্দকৃত ডাম্পাৰ দুখনৰ নম্বৰ MH 28 BB 1588 আৰু MH 28 BB 1899 । পিছত ধুবুৰী ডি এফ ও দীপক ডেকাই ধুবুৰী বন বিভাগৰ কাৰ্যালয়ত লৈ যায়।

Comments