সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতিক অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ।
উল্লেখ্যযে বিলাসীপাৰা মহকুমা আদালতৰ পৰা বিলাসীপাৰা চহৰ অভিমুখে আহি থকা অবস্থাত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।
গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অবস্থাত সংগঠনটোৰ সভাপতি শ্বাহনাৱাজ হুছেইনক বঙাইগাঁও অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা বুলি সংগঠনৰ সূত্ৰে প্ৰকাশ।
২৪ ঘণ্টাৰ ভিতৰত দুৰ্বৃতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিৱ নোৱাৰিলে অনিদিষ্ট কাল লৈ বিলাসীপাৰা বন্ধৰ হুঙ্কাৰ সংগঠনটোৰ।
Comments
Post a Comment