নায়েৰ আলগাত ১৪৫ নং গিদালপাৰা ক্ষুদ্ৰ অগংনবাড়ী কেন্দ্ৰৰ কৰ্মী সুখজান নেছাৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ,
কৰ্মী গৰাকীৰ শিক্ষাগত অৰ্হতা নথকা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে,
ইয়াৰ উপৰিও কৰ্মী গৰাকীয়ে পুত্ৰৰ সহায় লৈ উক্ত অংগনবাড়ী কেন্দ্ৰত কাম-কাজ চলাই থকা বুলি অভিযোগ তুলি মহকুমাধিপতি কাৰ্য্যালয়ত আজি এনেদৰে অভিযোগ দাখিল কৰা দেখিবলৈ পোৱা গৈছে,
মুঠতে প্ৰশ্ন হয় যে নায়েৰ আলগা শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ ১৪৫ নং ক্ষুদ্ৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সুখজান খাতুনে আচলতে বৈধ শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট লৈ নিযুক্তি লাভ কৰিছে, নে অবৈধ শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট লৈ নিযুক্তি লাভ কৰিছে,উচ্চ পৰ্যায়ৰ তদন্ত কৰিলে পোহৰ লৈ আহিব প্ৰকৃত তথ্য,চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন,
Comments
Post a Comment